Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

সোৱণশিৰি ভাগ: ঘিলামৰা সকপৰা বলাহিত নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দি ৰাইজে প্ৰতিবাদ কৰে

ঘিলামৰা সকপৰা বলাহিত নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৰাইজে। উল্লেখযোগ্য যে,অঞ্চলটো ৰাইজে বহুবাৰ চৰকাৰক আৱেদন নিৱেদন জনাই ও আজিকুপতি লাভ নকৰিলে যাতায়তৰ ক্ষেত্ৰত এটা সুচল পথ। সেয়ে মঙলবাৰে উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে হাতে হাতে কোৰ লৈ পথ নিৰ্মাণ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ কৰে অঞ্চলটো পুৰুষ মহিলাই ।
সোৱণশিৰি ভাগ: ঘিলামৰা সকপৰা বলাহিত নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দি ৰাইজে প্ৰতিবাদ কৰে - Subansiri Part News