Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

সোৱণশিৰি ভাগ: তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উজনি অয়েঙীয়া গাঁৱত প:ৰাগ উৎসৱ উদযাপন।

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উজনি অয়েঙীয়া গাঁৱত প:ৰাগ উৎসৱ উদযাপন। মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ পঃৰাগ উৎসৱকলৈ বিৰাজ কৰিছে উদুলি মুদুলি পৰিৱেশ। উজনি অয়েঙীয়া যুৱক সংঘৰ উদ্যোগত ১৩,১৪ আৰু ১৫ মাৰ্চ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পঃৰাগ উৎসৱ। আজি দ্বিতীয় দিনটোত পুৱা সামূহিক চাফাইৰ পিছতে যুৱক সংঘৰ সভাপতি সম্পাদকৰ উদ্যোগত দ্বাৰ উন্মোচন কৰে। ইয়াৰ পিছতে জী জোঁৱাই গুমৰাগ চঃনাম প্ৰদৰ্শন কৰে।
সোৱণশিৰি ভাগ: তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উজনি অয়েঙীয়া গাঁৱত প:ৰাগ উৎসৱ উদযাপন। - Subansiri Part News