Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

সোৱণশিৰি ভাগ: ঘিলামৰা পঞ্চায়তৰ ঘাঁ‌হিগাঁ‌ৱত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ জয়ন্তমল্ল বৰুৱাৰ।

ঘিলামৰা পঞ্চায়তৰ ঘাঁ‌হিগাঁ‌ৱত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ জয়ন্তমল্ল বৰুৱাৰ। অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিতিত আজি দলীয় বিষয়ববীয়া,কাৰ্যকৰ্তা,দলীয় সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচনৰ লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী প্ৰদান বৰুৱা হৈ ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঘিলামৰা পঞ্চায়তৰ ঘাঁ‌হিগাঁ‌ৱত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু ঢকুৱাখনাৰ বিধায়ক নৱ দলে।
সোৱণশিৰি ভাগ: ঘিলামৰা পঞ্চায়তৰ ঘাঁ‌হিগাঁ‌ৱত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ জয়ন্তমল্ল বৰুৱাৰ। - Subansiri Part News