Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

সোৱণশিৰি ভাগ: ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সোণাৰী চাপৰিত অনুষ্ঠিত, উপস্থিত বিজেপিৰ নেতা-কৰ্মী

ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সোণাৰী চাপৰিত দেওবাৰে বিয়লি প্ৰায় ২মান বজাত অনুষ্ঠিত হয় । উক্ত সভাত দলৰ সাংগঠনিক দিশত যুৱ মৰ্চাৰ ভূমিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে। সভাখনত সোণাৰী চাপৰিৰ ভালে সংখ্যক বিজেপি কৰ্মী উপস্থিত থকা পৰিলক্ষিত হয়।