Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

ঢকুৱাখানা ভাগ: ঢকুৱাখনাৰ ঘিলামৰাত ১০০ শতাংশ ভোট দান নিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতা বৃদ্ধিৰ বাবে ঘিলামৰাত বাটৰ নাট প্ৰদৰ্শন

ঢকুৱাখনাৰ ঘিলামৰাত ১০০ শতাংশ ভোট দান নিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন সমাগত প্ৰথম পৰ্যায়ৰ লোক সভা নিৰ্বাচনত ১০০ শতাংশ ভোট দান নিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতা বৃদ্ধিৰ বাবে বৃহস্পতিবাৰে নিশা প্ৰায় আঠ মান বজাত ঘিলামৰা সদৰ‌ তিনিআলিত অনুষ্ঠিত হয় এখনি বাটৰ নাট। জনসাধাৰণক ১০০ শতাংশ ভোট দান কৰি প্ৰকৃত নাগৰিকৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় "লোক জাগৰণ মঞ্চ অসম"য়ে নাট্য ৰূপ দিয়া বাটৰ নাট খন‌ বহু সংখ্যক পথচাৰীয়ে প্ৰত্যক্ষ কৰা পৰিল

MORE NEWS