ঘিলামৰাৰ বৰদৈবামত দেওবাৰে সদৌ হালধিবৰীয়া চেতিয়া বংশাৱলী সভাৰ লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত। ঘিলামৰা বৰদৈবামত দেওবাৰে সদৌ হালধিবৰীয়া চেতিয়া বংশাৱলী সভাৰ আয়োজনৰ উপলক্ষে লাই খুটা স্থাপন অনুষ্ঠানটি অনুস্থিত । উক্ত বংশাৱলী অনুষ্ঠানটি অহা ইংৰাজী এপ্ৰিলৰ 6আৰু 7তাৰিখ শনি আৰু দেওবাৰে দুদিনীয়া কাৰ্য সূচীৰে লক্ষীমপুৰ জিলাৰ ঘিলামৰাৰ বৰদৈবামত উদযাপন কৰিব বংশাৱলী সভাখনি।