Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

ঢকুৱাখানা ভাগ: "গছত গজাল নামাৰিব"----দুস্কৃতিকাৰীলৈ ঘিলামৰাৰ এজন পৰিৱেশকৰ্মীৰ বিনম্ৰ আহ্বান।

"গছত গজাল নামাৰিব"----দুস্কৃতিকাৰীলৈ ঘিলামৰাৰ এজন পৰিৱেশকৰ্মীৰ বিনম্ৰ আহ্বান।ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি এচাম অবোধ লোকে গছত গজাল মাৰি আঁৰি আহিছে বিজ্ঞাপন,মহৎ লোকৰ বাণী আৰু বিভিন্ন আবেদন লিপিবদ্ধ ফলক। গছত গজাল মাৰিলে জৈৱ ৰসায়নত বিৰূপ প্ৰভাৱ পৰি তিলতিলকৈ গছৰ মৃত্যু ঘটে,সেয়েহে এই জঘণ্য কাৰ্যত বাধা প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনাইছে লক্ষীমপুৰ জিলাৰ ঘিলামৰাৰ এজন সংবেদনশীল ব্যক্তি ৰাতুল বৰুৱাই।

MORE NEWS