সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডল কাৰ্যালয়ত ঘিলামৰা বিজেপি মহিলা মৰ্চাৰ কাৰ্যকৰ্তা সভা অনুষ্ঠিত
ঘিলামৰা বিজেপি মণ্ডল কাৰ্যালয়ত ঘিলামৰা বিজেপি মহিলা মৰ্চাৰ কাৰ্যকৰ্তা সভা অনুষ্ঠিত। ঢকুৱাখনা জিলাৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা ৰীতা সোনোৱালে আঁতধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে জিলা মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা বৰবৰাই।