Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews
No video available

সোৱণশিৰি ভাগ: আগন্তুক নিৰ্বাচন পূৰ্বে ঘিলামৰা বৰদৈ বাগান তিনি আলিৰ পৰা গৰৈমাৰি সংযোগী পথ দলং নিৰ্মান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ।

আগন্তুক নিৰ্বাচন পূৰ্বে ঘিলামৰা বৰদৈ বাগান তিনি আলিৰ পৰা গৰৈমাৰি সংযোগী পথ দলং নিৰ্মান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ বৰদৈ বাসী ৰাইজৰ। সোমবাৰে দিনৰ প্ৰায় দুই মান বজাত ঘিলামৰা বৰদৈ বাগান তিনি আলিৰ ৰাইজৰ ক্ষোভ প্ৰকাশ। আগন্তুক নিৰ্বাচন পূৰ্বে বৰদৈ বাগান তিনি আলিৰ পৰা গৰৈমাৰি সংযোগী পথ দলং নিৰ্মান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান ৰাইজৰ। এই সকল ৰাইজৰ সমস্যা সমাধান নকৰিলে আগন্তুক নিৰ্বাচন অঞ্চলটো ৰাইজে ভোট বৰ্জন কৰিম বুলি এনেদৰে মন্তব্য আগবঢ়ায়।

MORE NEWS

সোৱণশিৰি ভাগ: আগন্তুক নিৰ্বাচন পূৰ্বে ঘিলামৰা বৰদৈ বাগান তিনি আলিৰ পৰা গৰৈমাৰি সংযোগী পথ দলং নিৰ্মান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ । - Subansiri Part News