Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews
No video available

সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডলৰ অন্তৰ্গত সোৱণশিৰি পঞ্চায়তৰ এখন বুথ সভাত অংশগ্ৰহণ লক্ষীমপুৰ জিলাৰ প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰীৰ

ঘিলামৰা বিজেপি মণ্ডলৰ অন্তৰ্গত সোৱণশিৰি পঞ্চায়তৰ বিজেপিৰ এখন বুথ সভাত অংশগ্ৰহণ কৰে লক্ষীমপুৰ জিলাৰ প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাইয়ে। সোৱণশিৰি পঞ্চায়তৰ কেইগৰাকীমান বিশিষ্ট মহিলাৰ লগত আগন্তুক লোকসভা নিৰ্বাচনৰ সম্পৰ্কে মতবিনিময় কৰে লক্ষীমপুৰ জিলাৰ প্ৰাক্তন জিলা পৰিষদ সভানেত্ৰী মঞ্জু বৰগোঁহাইয়ে।

MORE NEWS

সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডলৰ অন্তৰ্গত সোৱণশিৰি পঞ্চায়তৰ এখন বুথ সভাত অংশগ্ৰহণ লক্ষীমপুৰ জিলাৰ প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰীৰ - Subansiri Part News