Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বজালী ভাগ: ছৈবাৰী মহাপুৰুষীয়া সত্ৰৰ মণিকূটৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

Bajali Part, Barpeta | Nov 6, 2025
বজালীৰ ছৈবাৰী মহাপুৰুষীয়া সত্ৰত ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা মণিকূটৰ আনুষ্ঠানিক ভাৱে বৃহস্পতিবাৰে উদ্বোধন কৰা হয় ৷ ছৈবাৰী মহাপুৰুষীয়া সত্ৰত ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা মণিকূটৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ছৈবাৰী মহাপুৰুষীয়া সত্ৰৰ মণিকূটৰ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিত থাকে ।

MORE NEWS