Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বজালী ভাগ: বজালীৰ দুখন স্কুলৰ গণিত আৰু বিজ্ঞানৰ গৱেষণা কেন্দ্ৰৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভনী কৰে বিধায়ক ফণীধৰ তালুকদাৰে

Bajali Part, Barpeta | Nov 20, 2025
শিশু সকলক গুণগত তথা উচ্চ মানদণ্ডৰ কাৰিকৰী শিক্ষা প্ৰদানৰ লক্ষ্যৰে বৃহস্পতিবাৰে বজালী বিধানসভা সমষ্টিৰ অন্তৰ্গত মইনামতি ছোৱালী হাইস্কুল আৰু ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত পুঠীমাৰী অম্বিকাগিৰী হাইস্কুলৰ গণিত আৰু বিজ্ঞানৰ গৱেষণা কেন্দ্ৰৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভনী কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে ৷ নিৰ্মাণৰ কামৰ শুভাৰম্ভনী কৰি বিধায়ক গৰাকীয়ে কয় আগন্তুক দিনত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এই কেন্দ্ৰ দুটা তেওঁলোকৰ ভৱিষ্যত নিৰ্মাণৰ আহিলা হব ৷

MORE NEWS

বজালী ভাগ: বজালীৰ দুখন স্কুলৰ গণিত আৰু বিজ্ঞানৰ গৱেষণা কেন্দ্ৰৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভনী কৰে বিধায়ক ফণীধৰ তালুকদাৰে - Bajali Part News