Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বজালী ভাগ: বজালী কৃষি বিষয়াৰ নতুন কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

Bajali Part, Barpeta | Nov 21, 2025
বজালী জিলা গঠন হোৱাৰ পিছত মহকুমা পৰ্যায়তে কৃষি বিভাগৰ কাৰ্যালয়টো আছিল । শুক্ৰবাৰে বজালী জিলা কৃষি বিষয়াৰ নতুন কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ বজালীৰ প্ৰতিগৰাকী ব্যক্তি যিহেতু জন্মগত ভাৱে কৃষিৰ সৈতে জড়িত, সেয়েহে বজালীৰ কৃষি খণ্ডক আগুৱাই নিয়াৰ কাৰণে সমগ্ৰ কৃষক বন্ধুসকলক আহ্বান জনায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । উক্ত অনুষ্ঠানত বৰপেটা জিলা কৃষি বিষয়া মুনিন্দ্ৰ বসুমতাৰী, বজালী জিলা কৃষি বিষয়া বেণুধৰ দত্ত উপস্থিত থাকে
বজালী ভাগ: বজালী কৃষি বিষয়াৰ নতুন কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে - Bajali Part News