Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
India
जनसमस्या
भाजपा
Congress
Modi
Delhi
Viral
Jharkhand
Iyc
Bollywood
दिल्ली
Patna
Breakingnews
महिला
Narendramodi
Madhya_pradesh
सोशल_मीडिया
Mp
Madhyapradesh
Pmmodi
Ahmedabad
Rahulgandhi
Ipl
Haryana

বজালী ভাগ: পাটাছাৰকুছিত প্ৰাগজ্যোতি ক্লাৱৰ উদ্যোগত নিৰ্মিত ড° ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তিটো উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে

Bajali Part, Barpeta | Nov 22, 2025
পাটাছাৰকুছি প্ৰাগজ্যোতি ক্লাৱৰ উদ্যোগত নিৰ্মিত ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তিটো শনিবাৰে উন্মোচন কৰা হয় ৷ ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তিটো উন্মোচন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ড° ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তিটো উন্মোচী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও উপস্থিত থাকে ৷