Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বজালী ভাগ: জনতা ভৱনত পালন কৰা বন্দে মাতৰম গীতটোৰ ১৫০ বছৰীয়া অনুষ্ঠানত আয়ুক্ত কাৰ্য্যালয়ৰ পৰা ভাৰ্চুৱেলী অংশগ্ৰহণ ভৱানীপুৰৰ বিধায়ক

Bajali Part, Barpeta | Nov 7, 2025
সমগ্ৰ ৰাজ্যখনতে শুক্ৰবাৰে চৰকাৰীভাৱে বন্দে মাতৰম্ গীতটোৰ ১৫০ বছৰীয়া বৰ্ষপূৰ্তি পালন কৰা হয় ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত বন্দে মাতৰম্ গীতটোৰ ১৫০ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰে। উক্ত কাৰ্য্যসূচী উপলক্ষে বজালী জিলা আয়ুক্ত কাৰ্য্যালয়ৰ পৰা ভাৰ্চুৱেলী এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বজালী জিলা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্ত সকলৰ লগতে বিষয়য়া সকলে ।

MORE NEWS