Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

চেঙা: চেঙা উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ ধৰ্মঘটৰ সামৰণি

Chenga, Barpeta | Nov 13, 2025
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে সমকামৰ সমমৰ্যদা বিচাৰি দুদিনীয়াকৈ ৰূপায়ন কৰে কৰ্মবিৰতি আৰু ধৰ্মঘট। চেঙা উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক প্ৰায় ২৫ গৰাকী কৰ্মচাৰীয়ে এই ধৰ্ঘটত অংশগ্ৰহণ কৰে। এই ধৰ্ঘটৰ ফলত প্ৰতিটো গাওঁ পঞ্চায়ত আৰু উন্নয়ন খণ্ড কাৰ্যালয়ৰ কাম কাজ অচল হৈ পৰে। শীঘ্ৰে তেওঁলোকৰ দাবী সমূহ বিভাগীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনায়।