Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

চেঙা: কাকধুৱাত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন চাইকেল আৰোহী, গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী

Chenga, Barpeta | Nov 19, 2025
কাকধুৱা গাঁৱত বুধবাৰে সন্ধিয়া সংঘটিত হয় পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী AS 01X 0833 নম্বৰৰ চাইন বাইকেৰ খুন্দিয়াই থৈ যায় ছাইকেল আৰোহীক, ফলত থিতাতে মৃত্যু হয় এজনৰ আৰু গুৰুতৰ ভাবে আহত দুজন।নিহত ছাইকেল আৰোহীজন গেলাবিল গাঁৱৰ জাকিৰ মিয়া। আহত লোক কেইজন হৰিপুৰ গাঁৱৰ আইজুল মিয়া আৰু অজিৰ খান বুলি জানিব পৰা গৈছে। আহত দুজনক চেঙা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লগতে নিহত ছাইকেল আৰোহীজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে
চেঙা: কাকধুৱাত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন চাইকেল আৰোহী, গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী - Chenga News