Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

চেঙা: চেঙাৰ ৰাজীৱ ভৱনত দলীয় সতীৰ্থৰ সৈতে অসম প্রদেশ কংগ্রেছ কমিটিৰ উপ সভাপতি জয়ন্ত কলিতাৰ মতবিনিময়

Chenga, Barpeta | Nov 17, 2025
চেঙাৰ ৰাজীৱ ভৱনত সোমবাৰে কংগ্ৰেছ দলৰ চেঙা সমষ্টি ভিত্তিক এক মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ জিলা, ব্লক, মণ্ডল, বিভিন্ন ভাতৃ সংগঠনৰ বিষয় ববীয়া সকল আৰু দলীয় নির্বাচিত প্রতিনিধি সৈতে অসম প্রদেশ কংগ্রেছ কমিটিৰ উপ সভাপতি জয়ন্ত কলিতাই মতবিনিময় কৰে ৷ উক্ত মতবিনিময় অনুষ্ঠানত জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হকেও অংশ গ্ৰহণ কৰে ৷