Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

চেঙা: মাইলকুছিত তাৰাবাৰী আৰক্ষীৰ এনকাউন্টাৰ, ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইন গুলীবিদ্ধ

Chenga, Barpeta | Nov 16, 2025
তাৰাবাৰী আৰক্ষীৰ এনকাউন্টাৰ। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ গুলী। বৰপেটা জিলাৰ মাইলকুছিৰ আনোৱাৰ হুছেইনক লক্ষ্য কৰি এনকাউন্টাৰ আৰক্ষীৰ। ৰবিবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হৈছিল এই ঘটনা। আনোৱাৰ হুছেইনে আৰক্ষীক ঠেলা মাৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে আনোৱাৰ হুছেইনক লক্ষ্য কৰি গুলী চলায়।আৰক্ষীৰ গুলীত আনোৱাৰ হুছেইনৰ বাওভৰি গুলীবিদ্ধ হয়।সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে আনোৱাৰ হুছেইন।
চেঙা: মাইলকুছিত তাৰাবাৰী আৰক্ষীৰ এনকাউন্টাৰ, ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইন গুলীবিদ্ধ - Chenga News