Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

চেঙা: চেঙাত পথ দুৰ্ঘটনা, গুৰুতৰভাবে আহত দুজন

Chenga, Barpeta | Nov 17, 2025
বৰপেটা জিলাৰ চেঙাত সোমবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত চেঙা মুছলমান গাঁৱৰ আজিজুল উদ্দিন আৰু জলিল আলি ৷ আজিজুল উদ্দিন নামৰ যুৱকজনে ৰাস্তাৰ দাতিৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত পিছপিনৰ পৰা নম্বৰ বিহীন তীব্ৰবেগী অটো ভেন বাহনখনে খুন্দিয়াই থৈ পলায়ন কৰাৰ পিছতে চেঙা কিচান পেট্ৰল পাম্পৰ সম্মুখত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত খুটাত প্ৰচণ্ড খুন্দা মাৰে ফলত অটো ভেনৰ ছালক জন গুৰুতৰ ভাবে আহত হয় ৷
চেঙা: চেঙাত পথ দুৰ্ঘটনা, গুৰুতৰভাবে আহত দুজন - Chenga News