Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

News in Laharighat

লাহৰীঘাটত ৬ টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। যোৱা নিশা লাহৰীঘাট আৰু ভূৰাগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত চাইবাৰ অপৰাধী কেইটা হল বাবুল ইছলাম, আজাহাৰুল ইছলাম, ইনামূল কৰিম, জইদুল ইছলাম, ইজাহাৰুল ইছলাম আৰু হাফিজ উদ্দিন।মৈৰাবাৰী থানাৰ চাইবাৰ অপৰাধৰ গোচৰৰ ভিত্তিত চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰে।

Laharighat, Morigaon | Aug 3, 2026

লাহৰীঘাটৰ টেঙাগুৰি মজলীয়া বিদ্যালয়ত নিশা চুৰি কাণ্ড ।চোৰে এটা বিদ্যুৎ চালিত মটৰ আৰু চিলিং ফেন দুটা চুৰি কৰি লৈ যায়। বিদ্যালয়খনৰ ষ্টোৰ ৰুমৰ টিনপাত উঠাই ভিতৰত সোমাই বিদ্যুৎ চালিত এটা মটৰ চুৰি কৰি লৈ যায়। ইয়াৰ উপৰি দুটা চিলিং ফেন চুৰি কৰি লৈ যায়। লাহৰীঘাটৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে লাহৰীঘাটত আমছুৰ প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰি লাহৰীঘাট আমছুয়ে দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী পুলিচ হাই হাই, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে লাহৰীঘাটৰ পৰিৱেশ 
শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰাৰ লগতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাৰ দাবী আমছুৰ।

দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে লাহৰীঘাটত আমছুৰ প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰি লাহৰীঘাট আমছুয়ে দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী পুলিচ হাই হাই, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে লাহৰীঘাটৰ পৰিৱেশ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰাৰ লগতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাৰ দাবী আমছুৰ।

Laharighat, Morigaon | Jul 29, 2026

👉 মৰিগাঁৱৰ নিজ গেৰুৱাত ব্ৰজ পৰি এটি কিশোৰৰ মৃত্যু।
👉 মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বুলি জানিব পৰা গৈছে ।
👉 মৃত কিশোৰজন নিজ গেৰুৱাৰ ৰবিন চৌহানৰ পুত্ৰ সুৰয চৌহান (১৪)।

👉 মৰিগাঁৱৰ নিজ গেৰুৱাত ব্ৰজ পৰি এটি কিশোৰৰ মৃত্যু। 👉 মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বুলি জানিব পৰা গৈছে । 👉 মৃত কিশোৰজন নিজ গেৰুৱাৰ ৰবিন চৌহানৰ পুত্ৰ সুৰয চৌহান (১৪)।

Laharighat, Morigaon | Jul 29, 2026

👉নিশা ভূৰাগাঁৱৰ হাতীলৰুৱা পথাৰ গাঁৱত দুটা গৰুসহ এটা গৰু চুৰক হাতে-লোটে কৰায়ত্ত স্থানীয় লোকৰ। 
👉 ধৃত গৰুচোৰ টোৰ নাম ছাদ্দাম হুছেইন, ঘৰ ভূৰাগাঁৱৰ বটালিমাৰী গাঁৱত। 
👉 ধৃত গৰুচোৰ টোৰ পৰা দুটা ষাঁড় গৰুৰ লগতে চুৰিকাৰ্যত ব্যৱহাৰ কৰা বহু সা- সামগ্ৰী জব্দ কৰিছে স্থানীয় লোকে। 
👉 চুৰি হোৱা গৰুদুটাৰ গৰাকী বালিডোঙা গাঁৱৰ আব্দুল ছাত্তাৰৰ বুলি নিশ্চিত হৈছে।

👉নিশা ভূৰাগাঁৱৰ হাতীলৰুৱা পথাৰ গাঁৱত দুটা গৰুসহ এটা গৰু চুৰক হাতে-লোটে কৰায়ত্ত স্থানীয় লোকৰ। 👉 ধৃত গৰুচোৰ টোৰ নাম ছাদ্দাম হুছেইন, ঘৰ ভূৰাগাঁৱৰ বটালিমাৰী গাঁৱত। 👉 ধৃত গৰুচোৰ টোৰ পৰা দুটা ষাঁড় গৰুৰ লগতে চুৰিকাৰ্যত ব্যৱহাৰ কৰা বহু সা- সামগ্ৰী জব্দ কৰিছে স্থানীয় লোকে। 👉 চুৰি হোৱা গৰুদুটাৰ গৰাকী বালিডোঙা গাঁৱৰ আব্দুল ছাত্তাৰৰ বুলি নিশ্চিত হৈছে।

Laharighat, Morigaon | Jul 29, 2026

লাহৰীঘাটত ভয়ংকৰ দূৰ্ঘটনা। দূৰ্ঘটনাত আহত কেইবাগৰাকী ছাত্ৰ। ভূৰাগাঁও জাতীয় বিদ্যালয়ৰ ৮ জনকৈ ছাত্ৰ চি এন জি ভান লৈ দলৈগাঁও অভিমূখে পকী মথাউৰিৰে গৈ থকা অৱস্থাত টেঙাগুৰি কছাৰীগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই চিএনজি ভানখন মথাউৰিৰ পৰা পানীত বাগৰি পৰে। এই দূৰ্ঘটনাত কম বেছি পৰিমাণে আটাইকেইজন ছাত্ৰ আহত হয়। আহত ছাত্ৰ কেইজনক শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসা অনা হয়। জিশ্বান আহমেদ নামৰ ছাত্ৰ জনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ভূৰাগাঁও নতুন বজাৰত মুকলি হল others hair style নামৰ এটা অত্যাধুনিক চেলুন। এই চেলুনত অতি কম মূল্যত গ্ৰাহক সকলে নিজৰ পছন্দ অনুসৰি বিভিন্ন ধৰণৰ Styleত চুলিৰ লগতে দাড়ি কটাব পাৰিব। লগতে বিভিন্ন ধৰণৰ Facial সুবিধাও উপলব্ধ এই অত্যাধুনিক চেলুন খনত।

লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱৰ চুলতান আলীৰ কন্যা নাচৰিণ চুলতানাক মায়ং থানাৰ অন্তৰ্গত পাতেকীবড়ী গাঁৱৰ আনোৱাৰ হুচেইনৰ লগত বিবাহ হৈছিল। বিয়াৰ পিছৰে পৰা স্বামী আনোৱাৰ হুচেইনে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছে। দুটি সন্তানৰ মাতৃ হোৱাৰ পিছতো নিৰ্যাতন চলাই আহিছিল। অৱশেষত নিৰ্যাতন সহ্য কৰিব নোৱাৰি ২ জুলাই তাৰিখে সন্তান এৰি পিতৃৰ ঘৰত পলাই আহে। পিছত স্বামী গৃহই মায়ং থানাত নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত দুই সন্তানৰ মাতৃ নাচৰিণ চুলতানাই ন্যায় বিচাৰি স্বামী সহ পৰিয়ালৰ কেবাজনৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ তৰিছে।

সোমবাৰে নিশা ভূৰাগাঁৱৰ জৰিবৰত উত্তেজনা । এগৰাকী কিশোৰীক অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ অহাৰ সময়তে ধৰা পৰে এইজন লম্পট যুৱক ইফতিকাৰ হুছেইন। লম্পট জনৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত গোচৰ ভুক্তভোগীৰ। এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হব লক্ষ্যণীয়।