Public App Logo
Jansamasya
National
Delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness
Worldliverday
Snakebite
North_east_delhi
Digitalhealth

News in Dibrugarh

পূব ডিব্ৰুগড়: জিলা আয়ুক্ত কাৰ্যালয় আয়ুক্ত অধ্যক্ষতাত অনুষ্ঠিত হ'ল পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ এখনি গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা

Dibrugarh East, Dibrugarh | Jul 18, 2025

মৰাণ: ভুল স্বীকাৰ কৰাত মালামাল বইজৰ পৰিচালক বিৰুদ্ধে মৰাণ আৰক্ষী থানাত দাখিল কৰা গোচৰ প্ৰত্যাহাৰ কৰিলে চুতীয়া যুৱ পৰিষদে

Moran, Dibrugarh | Jul 18, 2025

পূব ডিব্ৰুগড়: কিশোৰীক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত গোপনে অস্ত্ৰোপচাৰ কৰি সন্তান জন্ম দিয়াক চাঞ্চল্য, জনালে শিশু সুৰক্ষা বিষয়াই

পূব ডিব্ৰুগড়: কিশোৰীক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত গোপনে অস্ত্ৰোপচাৰ কৰি সন্তান জন্ম দিয়াক চাঞ্চল্য, জনালে শিশু সুৰক্ষা বিষয়াই

Dibrugarh East, Dibrugarh | Jul 18, 2025

পূব ডিব্ৰুগড়: কৰ ফাঁকিৰে অবৈধ সামগ্ৰী সৰবৰাহৰ মূল কৰিডৰলৈ পৰিণত বানীপুৰ ৰেলষ্টেছন, একাংশ ব‍্যক্তিৰ চত্ৰছায়াঁত অবৈধ সৰবৰাহ ভিন্ন জিলালৈ

নাহৰকটীয়া: চাহ শ্ৰমিকৰ সমস্যা সমাধানত ব্যৰ্থ হোৱাত হৰিশপুৰ চাহ বাগিচাত বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কেইবাটাও সংগঠনৰ

Naharkatiya, Dibrugarh | Jul 18, 2025

পশ্চিম ডিব্ৰুগড়: ৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিং খেলিবলৈ সুযোগ পোৱা গৰুধৰীয়াৰ নৱম শ্ৰেণীৰ ছাত্ৰ  প্ৰতীম বৰুৱাক স্বগৃহত শুভেচ্ছা ভিন্ন দল সংগঠনৰ

Dibrugarh West, Dibrugarh | Jul 17, 2025

মৰাণ: 'পুলিচ-প্ৰশাসনৰ কামত যাতে কোনেও বেআইনীভাৱে বাধা প্ৰদান নকৰে', পাইকানৰ উচ্ছেদ সন্দৰ্ভত খোৱাঙত মন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য

Moran, Dibrugarh | Jul 17, 2025

পূব ডিব্ৰুগড়: লাহোৱাল জয়পুৰ সংযোগী পথৰ নতুন আলিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী মহিলা

Dibrugarh East, Dibrugarh | Jul 17, 2025

পূব ডিব্ৰুগড়: ৰাহুল গান্ধীয়ে আকাশত চাং পতা কথা কৈছে, অসমত কেতিয়াও কংগ্ৰেছ চৰকাৰ নাহেঃ লাহোৱালত ক'লে বিধায়ক বিনোদ হাজৰিকাই