Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

News in Bhuragaon

মৰিগাঁও: চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ নতুন গৃহৰ আধাৰশিলা স্থাপন

Marigaon, Morigaon | Jul 12, 2026

লাহৰীঘাটৰ জেংপৰিত গৰু চুৰি কাৰ্যত ব্যৱহৃত AS01AP 4743 নম্বৰৰ এখন বিলাসী বাহন উদ্ধাৰ।ভূৰাগাঁও থানাৰ অন্তৰ্গত আমবাগান গাঁৱত শেষনিশা চুৰি হোৱা এহাল গৰুৰ খোঁজৰ চিনেৰে আগুৱাই গৈ ৰাইজে জেংপৰি গাঁৱত এই গাড়ীখনৰ লগতে উদ্ধাৰ কৰিছে চুৰি গৰু হাল । ৰাইজৰ উপস্থিতিৰ বাবে চোৰে  গাড়ীখন এৰি পলায়ন কৰিছে।‌ গাড়ীখনৰ ভিতৰত কাপোৰ আৰু গৰু বন্ধা ৰচী প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে।

Laharighat, Morigaon | Jul 12, 2026

মৰিগাঁও: মহমৰা গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জিলা আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত বৃহৎ আইনী সজাগতা অনুষ্ঠিত

Marigaon, Morigaon | Jul 11, 2026