⚽ ঝাউডাঙা প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্টৰ ফাইনেলত উত্তপ্ত পৰিস্থিতি!
ছালমাৰা আৰু কদমতুলি গাঁৱৰ মাজত অনুষ্ঠিত ফাইনেল খেলত গ'লক লৈ তীব্ৰ বিতৰ্ক।
ছালমাৰা দলে গ'ল দিয়াৰ পিছতে সেই গ'ল মানি ল'বলৈ অস্বীকাৰ কদমতুলি দলৰ।
ইয়াৰ পিছতে খেলপথাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। দৰ্শকৰ মাজতো হুলস্থূল।
ফুটবলৰ ফাইনেল নে বিতৰ্কৰ মঞ্চ? গ'লক লৈ উত্তেজনাই উত্তাল কৰিলে খেলপথাৰ!
#FootballFinal #Jhaudanga #PrizeMoneyFootball #FootballTournament #AssamNews #NagaonNews #FootballDrama #FootballControversy #BreakingNews #ViralNews #AssamFootball #TrendingNews #FacebookReels
Nagaon, Nagaon | Nov 16, 2026