নগাঁও জিলাৰ জুৰীয়াৰ মাহেৰীপাৰস্থিত এডভাঞ্চ একাডেমী জুনিয়ৰ কলেজ (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ত আয়োজিত নৱাগত আদৰণি সভা-২০২৬ৰ সাংস্কৃতিক অনুষ্ঠানত এনেদৰে দেখা গৈছে সাংসদ দেৱাশীষ শৰ্মাক ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মিলনভূমিত গীত-মাত আৰু আনন্দৰ এক মধুৰ সন্ধিয়া. . #viralpost #assam #nagaontown