গাড়ী ড্ৰাইভাৰৰ পৰা ধন দাবী কৰি গ্ৰেপ্তাৰ বিশ্বজ্যোতি নাথ।মৈৰাবাৰী আৰক্ষীৰ জিম্মাত যুৱকজন।নগদ ৩০,০০০ আৰু ফোন পে ৰ জৰিয়তে ২০,০০০ টকা ধন লোৱাৰ অভিযোগ।গাড়ীচালক অৰুণ দত্তৰ এজাহাৰ ভিত্তিত গ্ৰেপ্তাৰ বিশ্বজ্যোতি নাথ আৰু আবিদ আহমেদক ।২০ তাৰিখে কাঠ ভৰ্তি বাহনৰ পৰা ধন দাবী কৰাৰ অভিযোগ
#viralpost #assam #nagaon
Nagaon, Nagaon | Nov 22, 2026