নগাঁৱৰ ক্ৰাইষ্ট জ্যোতি স্কুল, চি বি এছ ইত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় বাৰ্ষিক দিৱস ‘জেন’ৰা’। “এ নিউ ডন অৱ এক্সিলেন্স” শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।
অনুষ্ঠানত প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰী মৃগাক্ষী কেওঁটক সম্বৰ্ধনা জনোৱা হয়।
নৃত্য, গীত, যোগ আৰু বিভিন্ন সাংস্কৃতিক পৰিৱেশনেৰে জীপাল হৈ পৰা অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
#ChristJyotiSchool #Genora2026 #AnnualDayCelebration #Nagaon #NagaonNews #AssamNews #SchoolAnnualDay #CulturalExtravaganza #StudentTalent #ZubeenGarg #অসমৰখবৰ #নগাঁও #TrendingNews #ViralPost #AssamUpdates
Nagaon, Nagaon | Nov 15, 2026