চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ।মাটিৰ পট্টা, জনজাতি কৰন, চাহ শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি বৃদ্ধি বিচাৰি উত্তাল প্ৰতিবাদ চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে চাহ শ্ৰমিক ৰাইজৰ।চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।শ শ চাহ জনজাতি ৰাইজৰ অংশগ্ৰহণ প্ৰতিবাদী কাৰ্যসূচীত।বিজেপি চৰকাৰ গৌ'বেগ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,কেশৱ মহন্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদী ৰাইজৰ।
#viralpost #viralreelsシ #viralpost #tanding #nagaon #assam #Update #NewsUpdate #newstoday #NewsAlert
Nagaon, Nagaon | Nov 12, 2026