বটদ্ৰৱাৰ ৰামপুৰপামত চাঞ্চল্যকৰ ঘটনা।
ঘৰৰ কাম কৰিবলৈ মাতি নি শ্ৰমিকক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ।
প্ৰাক্তন সৈনিক আতাবোৰ ৰহমানৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ।
পুৱা কামলৈ গৈ নিশালৈ ঘৰলৈ উভতি নাহিল ছফিৰ উদ্দিন।
শ্ৰমিকজনক হত্যা কৰি মৃতদেহ লুকুৱাই ৰখাৰ সন্দেহ পৰিয়ালৰ।
#Update #UpdateNews #NewsUpdate #newstoday #NewsAlert #nagaondistrict #Batadrava #police #AssamNews #assam
বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল।
নিৰুদ্দেশ শ্ৰমিকৰ সন্ধানত আৰক্ষীৰ তদন্তৰ দাবী পৰিয়ালৰ।
Nagaon, Nagaon | Nov 12, 2026