Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
Bjp
National
Bihar
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
अयोध्या
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Lucknow
Uttarakhand
लखनऊ
Crimenews
महंगाई
Sitapur
Aap
boramummi
বটদ্ৰৱাৰ ৰামপুৰপামত চাঞ্চল্যকৰ ঘটনা। ঘৰৰ কাম কৰিবলৈ মাতি নি শ্ৰমিকক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। প্ৰাক্তন সৈনিক আতাবোৰ ৰহমানৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ। পুৱা কামলৈ গৈ নিশালৈ ঘৰলৈ উভতি নাহিল ছফিৰ উদ্দিন। শ্ৰমিকজনক হত্যা কৰি মৃতদেহ লুকুৱাই ৰখাৰ সন্দেহ পৰিয়ালৰ। #Update #UpdateNews #NewsUpdate #newstoday #NewsAlert #nagaondistrict #Batadrava #police #AssamNews #assam বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল। নিৰুদ্দেশ শ্ৰমিকৰ সন্ধানত আৰক্ষীৰ তদন্তৰ দাবী পৰিয়ালৰ।
Nagaon, Nagaon
| Nov 12, 2026
#update
#updatenews
#newsupdate
#newstoday
#newsalert
#nagaondistrict
#batadrava
#police
#assamnews
#assam
MORE NEWS
দিন দুপৰতে নিচাত মাতাল এগৰাকী আৰক্ষীৰ জোৱান। নিচাত মাতাল হৈ ৰাস্তাতে শুই পৰিল জোৱানজন। এই ঘটনা অযোধ্যা উত্তৰ প্ৰদেশৰ। #newsfeed #police #assam #currentupdateassam#AssamNews #assamese #assamesequotes #assamesenews #assamesenewsopopularreels
Nagaon, Nagaon | Nov 12, 2026
চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ।মাটিৰ পট্টা, জনজাতি কৰন, চাহ শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি বৃদ্ধি বিচাৰি উত্তাল প্ৰতিবাদ চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে চাহ শ্ৰমিক ৰাইজৰ।চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।শ শ চাহ জনজাতি ৰাইজৰ অংশগ্ৰহণ প্ৰতিবাদী কাৰ্যসূচীত।বিজেপি চৰকাৰ গৌ'বেগ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,কেশৱ মহন্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদী ৰাইজৰ। #viralpost #viralreelsシ #viralpost #tanding #nagaon #assam #Update #NewsUpdate #newstoday #NewsAlert
Nagaon, Nagaon | Nov 12, 2026
নগাঁৱৰ শিক্ষাক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ।দায়িত্ব গ্ৰহণ কৰিয়েই কৰ্মক্ষেত্ৰত তৎপৰ নৱনিযুক্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক নৰ্মদা চেতিয়া।কাৰ্যালয়ৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ নাথাকি পোনপটীয়াকৈ বিদ্যালয়ত উপস্থিত হৈ শৈক্ষিক পৰিৱেশ, পাঠদান পদ্ধতি আৰু আন্তঃগাঁথনিৰ বুজ লৈছে পৰিদৰ্শকগৰাকীয়ে। #nagaon #nagaon_assam #nagaondistrict #tandingpost #tanding #NewsUpdate #newstoday #NewsAlert #AssamNews #assam
Nagaon, Nagaon | Nov 12, 2026
উচ্ছেদ চলালেই নহ’ব, উচ্ছেদিতক দিব লাগিব সংস্থাপন আৰু ক্ষতিপূৰণ 🔴 চৰকাৰৰ ধাৰাবাহিক উচ্ছেদ অভিযানৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 🔴 উচ্ছেদিত পৰিয়ালৰ পুনৰ্সংস্থাপন, পুনৰ্সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ। 🔴 গোৱালপাৰাৰ হাছিলা বিল, কামৰূপৰ বঙৰা আৰু নগাঁৱৰ কচুৱা অঞ্চলৰ উচ্ছেদিত পৰিয়ালৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। 🔴 উচ্ছেদিত পৰিয়ালসমূহৰ সৈতে আলোচনা কৰি তেওঁলোকৰ অভাৱ-অভিযোগ বুজি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ। 🔴 ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপনৰ বাবে নতুন আঁচনি তথা পৰিকল্পনা গ্ৰহণৰো পৰামৰ্শ ন্যায়ালয়ৰ। 🔴 অহা ১৬ ডিচেম্বৰৰ ভিতৰত গ্ৰহণ কৰা ব্যৱস্থাৰ সবিশেষ উল্লেখ কৰি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ অসম চৰকাৰক। চৰকাৰৰ উচ্ছেদ অভিযানৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাই উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ্সংস্থাপনৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে। #assam #assault #newstoday #NewsUpdate #NewsAlert #today #nagaondistrict #assam
Nagaon, Nagaon | Nov 12, 2026
⭕ৰভাৰ তলত এজন মৰম লগা দৰা ⭕দৰাক চাবলৈ হেতা-ওপৰা কৰিছে ওচৰ চুবুৰীয়াই ⭕সেইদিনা আছিল ২০০২ চনৰ 8 ফেব্ৰুৱাৰী ⭕বিয়াখন কাৰ ধৰিব পাৰিছেনে? ⭕ৰভাৰ তলত দৰা সাজেৰে হাৰ্টথ্ৰ’ব ⭕সামাজিক মাধ্যমত চৰ্চাত জুবিন - গৰিমাৰ বিয়াৰ ভিডিঅ’ #assamnewstoday #ZubeenGarg #GarimaSaikiaGarg #zubeengarggoldencollection #zubeengargfanclub_all_assam #zubeengargofficiial
Nagaon, Nagaon | Nov 12, 2026
SIRত কটা গ'ল ১কোটি ২৭ লাখ হিন্দু ভোটাৰৰ নাম। হোৰাহোৰে বৃদ্ধি পালে মুছলমান ভোটাৰৰ সংখ্যা। লাখ লাখ হিন্দু ভোটাৰৰ নাম কটা গল ভোটাৰ তালিকাত। #tanding #NewsUpdate #newstoday #NewsAlert #AssamNews #assam
Nagaon, Nagaon | Nov 12, 2026
মুছলমান ভাই সকলৰ ধৰ্মীয় সভাৰ সাংসদে পৰিবেশন কৰিলে জিকিৰ জাৰি ✨ নগাঁও লোকসভা সমষ্টিৰ সাংসদ দেবাশীষ শৰ্মাই এইবাৰ পৰিৱেশন কৰিলে জিকিৰ-জাৰিয়ে জিকিৰৰ সুৰ আৰু কথাৰ গভীৰতাই সভাখনক এক ভক্তিৰ পৰিৱেশলৈ ৰূপান্তৰিত কৰিলে। 🙏 সকলো ধৰ্মৰ প্ৰতি শ্ৰদ্ধা, এয়াই আমাৰ সংস্কৃতি। #DevasishSharma #ZikirZari #Nagaon #morigaon #nagaon_assam #morigaondistrictadministration #morigaon_college_road #nagaon_assam #nagaontown #nagaondistrict
Nagaon, Nagaon | Nov 11, 2026
মুখ্যমন্ত্ৰীৰ এটা ফেচবুক পোষ্টতেই আনন্দৰ বন্যা! ২৪ ঘণ্টাৰ ভিতৰত নিৰ্মাণ হ’ব গাঁৱৰ বিধ্বস্ত পথ! লাহৰিঘাটৰ পাৰলিগুৰী গাঁৱৰ দুৰৱস্থাগ্ৰস্ত পথৰ ছবি মুখ্যমন্ত্ৰীক দেখুৱাইছিল এজন যুৱকে। যুৱকজনৰ নাম মোস্তাক আহমেদ। গাঁওখনৰ বোকাময়, বিধ্বস্ত পথৰ দুৰৱস্থাৰ কথা ফটোসহ অৱগত কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। যুৱকজনৰ আবেদনত সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে ২৪ ঘণ্টাৰ ভিতৰত পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ফেচবুকযোগে ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই পাৰলিগুৰী গাঁৱত আনন্দ-উল্লাস। দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যাৰ অৱসান ঘটিব বুলি আশাবাদী অঞ্চলবাসী। এজন যুৱকৰ আবেদন, মুখ্যমন্ত্ৰীৰ সঁহাৰি—এতিয়া বাট চাইছে পাৰলিগুৰীৰ ৰাইজে প্ৰতিশ্ৰুতি বাস্তৱায়নৰ। #AssamNews #Morigaon #Laharighat #HimantaBiswaSarma #assam
Nagaon, Nagaon | Nov 11, 2026