Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
बाइक_चोरी
News
Bjp
National
Bihar
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
अयोध्या
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Lucknow
Uttarakhand
लखनऊ
Crimenews
महंगाई
Sitapur
boramummi
কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি ! চাৰিওফালে মৃত্যুৰ কিৰিলি, শোকাকুল পৰিৱেশ। #assam #kajironga #কাজিৰঙা #KAZIRONGA #NewsUpdate #NewsUpdate #newstoday #challenges
Nagaon, Nagaon
| Nov 13, 2026
#assam
#kajironga
#কাজিৰঙা
#kazironga
#newsupdate
#newstoday
#challenges
MORE NEWS
বটদ্ৰৱাৰ ধনীয়ভেটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত জুইত ভস্মীভূত হয় নগদ ধনৰ লগতে আ-অলংকাৰ । ধনীয়ভেটি কালাবজাৰৰ নুৰুল আমিনৰ ঘৰত সংঘটিত হয় এই অগ্নি কাণ্ডৰ ঘটনা। জুই ভস্মীভূত হয় নগদ সাত লাখ টকাৰ লগতে সোণ ৰূপৰ আ-অলংকাৰ আৰু নথি-পত্র । বিদ্যুতিক স্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত দুজনকৈ ব্যক্তি আঘাটপ্ৰাপ্ত হোৱাৰ লগতে মৃত্যু হয় এটা গোধন। #viral #viralpost #NewsUpdate #NewsUpdate #NewsAlert #NewsAlert #assam #AssamNews
Nagaon, Nagaon | Nov 13, 2026
ধিঙৰ ধূপগুৰি কলনিবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা! চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত মহিলা। ধিঙৰ ধূপগুৰি কলনিবস্তিৰ জে বি বিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। পথেৰে গৈ থকা অৱস্থাত অচিনাক্ত চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে মহিলাগৰাকীক। ফলত থিতাতে মৃত্যু হয় চুফিয়া খাতুন নামৰ মহিলাগৰাকীৰ। মৃত মহিলাগৰাকীৰ ঘৰ ধূপগুৰি কলনিবস্তিত। ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। #viral #viralpost #NewsUpdate #NewsUpdate #NewsAlert #NewsAlert #assam #AssamNews
Nagaon, Nagaon | Nov 13, 2026
কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা।নগাঁৱৰ পৰা পুৱা ৬ বজাত গোলাঘাট অভিমুখে ৰাওনা হৈছিল ট্ৰেভেলাৰখন।কাজিৰঙাৰ শিহৰণকাৰী ঘটনাৰ বৰ্ণনা স্থানীয় লোকৰ। #Assam #Kaziranga #Incident #Batadravalivetv ##IncidentManagementTeam #assam #AssamNews #NewsUpdate
Nagaon, Nagaon | Nov 13, 2026
👉কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি । তীব্রবেগী ট্রেভেলাৰৰ খুন্দা ট্রেইলাৰত। কাজিৰঙাত সংঘটিত হোৱা দুৰ্ঘটনাৰ কেইবাজনকো সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি #viral #viralpost #NewsUpdate #NewsUpdate #NewsAlert #NewsAlert #assam #AssamNews
Nagaon, Nagaon | Nov 13, 2026
বটদ্ৰৱাৰ ৰামপুৰপামত চাঞ্চল্যকৰ ঘটনা। ঘৰৰ কাম কৰিবলৈ মাতি নি শ্ৰমিকক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। প্ৰাক্তন সৈনিক আতাবোৰ ৰহমানৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ। পুৱা কামলৈ গৈ নিশালৈ ঘৰলৈ উভতি নাহিল ছফিৰ উদ্দিন। শ্ৰমিকজনক হত্যা কৰি মৃতদেহ লুকুৱাই ৰখাৰ সন্দেহ পৰিয়ালৰ। #Update #UpdateNews #NewsUpdate #newstoday #NewsAlert #nagaondistrict #Batadrava #police #AssamNews #assam বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল। নিৰুদ্দেশ শ্ৰমিকৰ সন্ধানত আৰক্ষীৰ তদন্তৰ দাবী পৰিয়ালৰ।
Nagaon, Nagaon | Nov 12, 2026
দিন দুপৰতে নিচাত মাতাল এগৰাকী আৰক্ষীৰ জোৱান। নিচাত মাতাল হৈ ৰাস্তাতে শুই পৰিল জোৱানজন। এই ঘটনা অযোধ্যা উত্তৰ প্ৰদেশৰ। #newsfeed #police #assam #currentupdateassam#AssamNews #assamese #assamesequotes #assamesenews #assamesenewsopopularreels
Nagaon, Nagaon | Nov 12, 2026
চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ।মাটিৰ পট্টা, জনজাতি কৰন, চাহ শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি বৃদ্ধি বিচাৰি উত্তাল প্ৰতিবাদ চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে চাহ শ্ৰমিক ৰাইজৰ।চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।শ শ চাহ জনজাতি ৰাইজৰ অংশগ্ৰহণ প্ৰতিবাদী কাৰ্যসূচীত।বিজেপি চৰকাৰ গৌ'বেগ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,কেশৱ মহন্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদী ৰাইজৰ। #viralpost #viralreelsシ #viralpost #tanding #nagaon #assam #Update #NewsUpdate #newstoday #NewsAlert
Nagaon, Nagaon | Nov 12, 2026
নগাঁৱৰ শিক্ষাক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ।দায়িত্ব গ্ৰহণ কৰিয়েই কৰ্মক্ষেত্ৰত তৎপৰ নৱনিযুক্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক নৰ্মদা চেতিয়া।কাৰ্যালয়ৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ নাথাকি পোনপটীয়াকৈ বিদ্যালয়ত উপস্থিত হৈ শৈক্ষিক পৰিৱেশ, পাঠদান পদ্ধতি আৰু আন্তঃগাঁথনিৰ বুজ লৈছে পৰিদৰ্শকগৰাকীয়ে। #nagaon #nagaon_assam #nagaondistrict #tandingpost #tanding #NewsUpdate #newstoday #NewsAlert #AssamNews #assam
Nagaon, Nagaon | Nov 12, 2026