বটদ্ৰৱাৰ ধনীয়ভেটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত জুইত ভস্মীভূত হয় নগদ ধনৰ লগতে আ-অলংকাৰ ।
ধনীয়ভেটি কালাবজাৰৰ নুৰুল আমিনৰ ঘৰত সংঘটিত হয় এই অগ্নি কাণ্ডৰ ঘটনা।
জুই ভস্মীভূত হয় নগদ সাত লাখ টকাৰ লগতে সোণ ৰূপৰ আ-অলংকাৰ আৰু নথি-পত্র ।
বিদ্যুতিক স্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত দুজনকৈ ব্যক্তি আঘাটপ্ৰাপ্ত হোৱাৰ লগতে মৃত্যু হয় এটা গোধন।
#viral #viralpost #NewsUpdate #NewsUpdate #NewsAlert #NewsAlert #assam #AssamNews
Nagaon, Nagaon | Nov 13, 2026