বিশ্বনাথত মিচিং পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনত ভিৰ, বুৰৈ আৰু লুইতমূখত ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন।
মিচিং স্বায়ত্ত-শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন অহা ৩০ নবেম্বৰত অনুষ্ঠিত হ'ব। আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। সেই উপলক্ষে আজি বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত ৩৭ নং বুৰৈ আৰু ২৭ নং লুইতমূখ পৰিষদীয় সমষ্টিৰ মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ উপস্হিত হৈছে।
*৩৭ নং বুৰৈ পৰিষদীয় সমষ্টি:*
- গণশক্তি সমৰ্থিত - লালবাহাদুৰ মিলি
- বিজেপি সমৰ্থিত - নন্দ কুটুম
- কংগ্ৰেছ সমৰ্থিত - ৰামু পাটগিৰি
- নিৰ্দলীয় - মনজিৎ পাটগিৰি
*২৭ নং লুইতমূখ পৰিষদীয় সমষ্টি:*
- বিজেপি সমৰ্থিত - সূৰ্য কুমাৰ পেগু
- গণশক্তি সমৰ্থিত - দিগ বিজয় দলে
- কংগ্ৰেছ সমৰ্থিত - মহেশ পেগু
- নিৰ্দলীয় - কালিৰাম মিলিয়ে নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰিব জিলা আয়ুক্ত কাৰ্যলয়ত।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7