📌 ৪০টা সমষ্টিতে TMPK ৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিব"
📌অফিচিয়েলি ঘোষণা হোৱা নাই যদিও ৪০ টা সমষ্টিৰ ভিতৰত ২ টা সমষ্টিত আমি বিজয়ী হৈছো।
📌জোনাইবাসী ৰাইজ আৰু ৰাজনৈতিক দলসমূহক ধন্যবাদ জ্ঞাপন সভাপতি তিলক দলেৰ।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Nov 13, 2026