Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
रेलवे
Coronavirus
कांग्रेस
बीजेपी
Congress
Modi
Delhi
Viral
Dm
Rajasthan
मध्यप्रदेश
Bollywood
Patna
Breakingnews
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
जिलाधिकारी

News in Helem

ট্ৰেক্টৰ চলাই হাল বাই, ভূঁই ৰুলে বিধায়ক পল্লৱ লোচন দাসে । আজি এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসক । বিশ্বনাথৰ মিচামাৰী গাঁৱত  বিধায়ক পল্লৱ লোচন দাসে নিজে ট্ৰেক্টৰ চলাই হাল বাই ভূঁই ৰোৱে । এখন নীলা ৰঙৰ ট্ৰেক্টৰৰে  বিধায়ক গৰাকীয়ে প্ৰথমে পথাৰত হাল বাই । তাৰ পিছত  মহিলাসকলৰ লগত মিলি ভূঁই ৰুবলৈ আৰম্ভ কৰে। দৰাচলতে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান ASRLM ৰ সাকোমঠা উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুনিপথাৰ আৰু ধুলি গাঁও পঞ্চায়তৰ দুটাকৈ সংহত কৃষি ক্লাষ্টাৰৰ সদস্যই আজিৰ পৰা কৃষি কাৰ্যৰ শুভাৰম্ভণি কৰে । বিধায়ক পল্লৱ লোচন দাসে ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। এই অনুষ্ঠানত শ্যামলা আৰু  দেবাংশ্ৰী সংহত কৃষি ক্লাষ্টাৰৰ মহিলা সকলে বিধায়ক গৰাকীৰ লগত একেলগে ভূঁই ৰুই আনন্দ কৰে ।

#public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur #barta24x7

ট্ৰেক্টৰ চলাই হাল বাই, ভূঁই ৰুলে বিধায়ক পল্লৱ লোচন দাসে । আজি এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসক । বিশ্বনাথৰ মিচামাৰী গাঁৱত বিধায়ক পল্লৱ লোচন দাসে নিজে ট্ৰেক্টৰ চলাই হাল বাই ভূঁই ৰোৱে । এখন নীলা ৰঙৰ ট্ৰেক্টৰৰে বিধায়ক গৰাকীয়ে প্ৰথমে পথাৰত হাল বাই । তাৰ পিছত মহিলাসকলৰ লগত মিলি ভূঁই ৰুবলৈ আৰম্ভ কৰে। দৰাচলতে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান ASRLM ৰ সাকোমঠা উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুনিপথাৰ আৰু ধুলি গাঁও পঞ্চায়তৰ দুটাকৈ সংহত কৃষি ক্লাষ্টাৰৰ সদস্যই আজিৰ পৰা কৃষি কাৰ্যৰ শুভাৰম্ভণি কৰে । বিধায়ক পল্লৱ লোচন দাসে ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। এই অনুষ্ঠানত শ্যামলা আৰু দেবাংশ্ৰী সংহত কৃষি ক্লাষ্টাৰৰ মহিলা সকলে বিধায়ক গৰাকীৰ লগত একেলগে ভূঁই ৰুই আনন্দ কৰে । #public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur #barta24x7

Helem, Biswanath | Jul 19, 2026

গহপুৰত পাহাৰীয়া ব্ৰহ্মাজান নৈৰ তাণ্ডৱ। মুষলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মাজান নৈৰ পানী পথৰ ওপৰেদি বাগৰিছে ৷ ঠায়ে ঠায়ে  পথ চিঙাৰ লগতে  মানুহৰ ঘৰতো  সোমাইছে পানী । ফলত চিন্তিত হৈ পৰিছে ব্ৰহ্মাজান নৈৰ দাঁতি মহেন্দ্ৰপুৰ বাসী ৰাইজ।

গহপুৰত পাহাৰীয়া ব্ৰহ্মাজান নৈৰ তাণ্ডৱ। মুষলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মাজান নৈৰ পানী পথৰ ওপৰেদি বাগৰিছে ৷ ঠায়ে ঠায়ে পথ চিঙাৰ লগতে মানুহৰ ঘৰতো সোমাইছে পানী । ফলত চিন্তিত হৈ পৰিছে ব্ৰহ্মাজান নৈৰ দাঁতি মহেন্দ্ৰপুৰ বাসী ৰাইজ।

Helem, Biswanath | Jul 19, 2026

সুৰা মাফিয়াৰ বিৰুদ্ধে হাৰমতী আৰক্ষীৰ অভিযান।
গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এখন তিনিচকীয়া বাহনৰ পৰা উদ্ধাৰ হ’ল বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা।

#public #friends #highlights #news #viral #police #everyone #facebook #barta24x7

সুৰা মাফিয়াৰ বিৰুদ্ধে হাৰমতী আৰক্ষীৰ অভিযান। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এখন তিনিচকীয়া বাহনৰ পৰা উদ্ধাৰ হ’ল বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। #public #friends #highlights #news #viral #police #everyone #facebook #barta24x7

Helem, Biswanath | Jul 19, 2026

গহপুৰৰ অসম অৰুণাচল সীমান্তৰ ৰাজগড়ৰ কৰৈগুৰীত অৰুণাচলী দুৰ্বৃত্তৰ গুলী চালনাৰ ঘটনা। অৰুনাচলী দুৰ্বৃত্তৰ গুলীত গুৰুত্বৰ ভাৱে আহত এজন লোক।

#public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur

গহপুৰৰ অসম অৰুণাচল সীমান্তৰ ৰাজগড়ৰ কৰৈগুৰীত অৰুণাচলী দুৰ্বৃত্তৰ গুলী চালনাৰ ঘটনা। অৰুনাচলী দুৰ্বৃত্তৰ গুলীত গুৰুত্বৰ ভাৱে আহত এজন লোক। #public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur

Helem, Biswanath | Jul 18, 2026

BREAKING NEWS GOHPUR 
গহপুৰৰ কলাবাৰী চেংমৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। কলাবাৰী তেল ডিপোৰ সন্মুখত ৰখাই থোৱা AS 28 AC 0907 নম্বৰৰ ট্ৰাকত পাছফালৰ পৰা অহা NL 01 A B 8631 নম্বৰৰ এখন মিনি ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দিয়াওৱাৰ ফলত মিনি ট্ৰাকখনৰ সন্মুখভাগ ভাঙি চুৰমাৰ হয়। দুৰ্ঘটনাটোত কোনো মতে প্ৰাণ ৰক্ষা পৰে চালকজনৰ।

#public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur

BREAKING NEWS GOHPUR গহপুৰৰ কলাবাৰী চেংমৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। কলাবাৰী তেল ডিপোৰ সন্মুখত ৰখাই থোৱা AS 28 AC 0907 নম্বৰৰ ট্ৰাকত পাছফালৰ পৰা অহা NL 01 A B 8631 নম্বৰৰ এখন মিনি ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দিয়াওৱাৰ ফলত মিনি ট্ৰাকখনৰ সন্মুখভাগ ভাঙি চুৰমাৰ হয়। দুৰ্ঘটনাটোত কোনো মতে প্ৰাণ ৰক্ষা পৰে চালকজনৰ। #public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur

Helem, Biswanath | Jul 17, 2026

জনতাৰ মূৰত পুনৰ মাধমাৰ। খাদ্য সামগ্ৰী মূ্ল্য বৃদ্ধিৰ লগতে কণীৰ মূল্য বৃদ্ধি।

#public #friends #highlights #news #viral #reels #everyone #facebook

জনতাৰ মূৰত পুনৰ মাধমাৰ। খাদ্য সামগ্ৰী মূ্ল্য বৃদ্ধিৰ লগতে কণীৰ মূল্য বৃদ্ধি। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Jul 17, 2026

অসমৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিহালী অভয়াৰণ্য পৰিদৰ্শন কৰাৰ পাছত CPI (ML) নেতা বিবেক দাসৰ প্ৰতিক্ৰিয়া।

#public #friends #highlights #news #viral #reels #everyone #facebook #CPI

অসমৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিহালী অভয়াৰণ্য পৰিদৰ্শন কৰাৰ পাছত CPI (ML) নেতা বিবেক দাসৰ প্ৰতিক্ৰিয়া। #public #friends #highlights #news #viral #reels #everyone #facebook #CPI

Helem, Biswanath | Jul 17, 2026

"অতুল বৰা থাকোতে যি কৰিলে কৰিলে, লুটি-পুটি খালে। আমি আপোনাৰ লগত আছোঁ। " প্ৰাক্তন কৃষি মন্ত্ৰী অতুল বৰাৰ দিনত সংঘটিত কেলেংকাৰীৰ উচিত তদন্ত হ'ব লাগে। প্ৰাক্তন মন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰৰ দাবী অসমীয়া যুৱ মঞ্চৰ। অসমীয়া যুৱ মঞ্চৰ উদ্যোগত মহানগৰীত বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী।

#public #friends #highlights #news #viral #reels #everyone #facebook

"অতুল বৰা থাকোতে যি কৰিলে কৰিলে, লুটি-পুটি খালে। আমি আপোনাৰ লগত আছোঁ। " প্ৰাক্তন কৃষি মন্ত্ৰী অতুল বৰাৰ দিনত সংঘটিত কেলেংকাৰীৰ উচিত তদন্ত হ'ব লাগে। প্ৰাক্তন মন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰৰ দাবী অসমীয়া যুৱ মঞ্চৰ। অসমীয়া যুৱ মঞ্চৰ উদ্যোগত মহানগৰীত বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Jul 16, 2026

🚨 'অৰুণাচলে গুলী ফুটালে আমাৰো গুলী ফুটিব'
👉 'বন ধ্বংসত কোনো কম্প্ৰমাইজ নহয়'
👉 দুৰ্বৃত্তৰ বিৰুদ্ধে যুঁজিবলৈ বন বিভাগক নিৰ্দেশ 
👉 বিহালীত উপস্থিত হৈ নিৰ্দেশ প্ৰদান বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।
👉 বিহালী অভয়াৰণ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ বুজ ল'লে বনমন্ত্ৰী গৰাকীয়ে।

#public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur #Arunachal #itanagar #forest

🚨 'অৰুণাচলে গুলী ফুটালে আমাৰো গুলী ফুটিব' 👉 'বন ধ্বংসত কোনো কম্প্ৰমাইজ নহয়' 👉 দুৰ্বৃত্তৰ বিৰুদ্ধে যুঁজিবলৈ বন বিভাগক নিৰ্দেশ 👉 বিহালীত উপস্থিত হৈ নিৰ্দেশ প্ৰদান বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। 👉 বিহালী অভয়াৰণ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ বুজ ল'লে বনমন্ত্ৰী গৰাকীয়ে। #public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur #Arunachal #itanagar #forest

Helem, Biswanath | Jul 16, 2026