Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

সৰ্থেবাৰী: মহা অষ্টমী পুজা উপলক্ষে সৰ্থেবাৰীৰ পল্লা- নামশলা পুজাস্থলিত ভক্তৰ ভিৰ

Sarthebari, Barpeta | Sep 30, 2025
আজি মহাঅষ্টমী পুজা ৷ ৰাজ্যৰ প্ৰতিখন পুজাস্থলিতে ভক্তৰ ভিৰ দেখা গৈছে ৷ ইয়াৰ সমান্তৰালভাৱে সৰ্থেবাৰীৰ গাতে লাগি থকা পল্লা-নামশলা শাৰদীয় দুৰ্গাপূজাৰ স্থলিত দেখা গৈছে ভক্তৰ ভিৰ ৷ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সকল আহি মা দুৰ্গাৰ আৰ্শীবাদ লোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ লগতে বিজয় দশমীৰ সন্ধিয়া পল্লা-নামশলা শাৰদীয় দুৰ্গাপূজাৰ স্থলিতে বৃহৎ আকাৰৰ ৰাৱন বধ কৰা হব বুলি উৎযাপন সমিটিয়ে জনায়৷