Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

সৰ্থেবাৰী: নাবাৰ্ড আৰু বৰপেটা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত সৰ্থেবাৰীত কাঁহ পিতলৰ শিল্পীৰ সজাগতা সভা

Sarthebari, Barpeta | Oct 15, 2025
নাবাৰ্ড আৰু বৰপেটা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত সৰ্থেবাৰীত কাঁহ পিতলৰ শিল্পৰ ভৌগোলিক সূচক তথা জি আই টেগৰ ওপৰত এখন সজাগতা মূলক সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত অঞ্চলটোৰ কাঁহ শিল্পীসকলৰ লগতে বহু বিক্ৰী প্ৰতিস্হানে অংশগ্ৰহণ কৰে। নাবাৰ্ডৰ প্ৰতিনিধিসকলে এই কাৰ্যসূচীত জি আই টেগৰ তাৎপৰ্য্যৰ বাখ্যা আগবঢ়াই আৰু অনুমোদিত জি আই ব্যৱহাৰকাৰী হিচাপে শিল্পী আৰু ব্যৱসায়ী সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।