Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

সৰ্থেবাৰী: গহিয়াত পথ দুৰ্ঘটনা, তিনিজন লোক গুৰুতৰ ভাৱে আহত

Sarthebari, Barpeta | Oct 23, 2025
বৰপেটাৰ গহিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিজন লোক গুৰুতৰ ভাৱে আহত। আহত তিনিজনক চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আহত সকলৰ ভিতৰত দুজনৰ নাম বৰমাৰা গাঁৱৰ হাকিবুল ইছলাম আৰু ভোগদিয়া গাঁৱৰ মইদুল ইছলাম বুলি জানিব পৰা গৈছ যদিও এজনৰ নাম জানিব পৰা নাই । বাইকৰ মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনা স্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত কৰে ।