Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

সৰ্থেবাৰী: গহিয়াত বলি বিধান নোহোৱা ব্যতিক্ৰমি শ্যামা কালী পূজা, ভক্তৰ সমাগম

Sarthebari, Barpeta | Oct 20, 2025
হিন্দু সমাজত কালী পূজা মানেই বলি - বিধানৰ প্ৰসংগ অৱধাৰিত ভাবে আহে ৷ গহিয়াত মুৰ্তি বা জীৱ-জন্তু আৰু পাঁচলিৰ বলি অবিহনে এক ব্যতিক্রমী কালী পূজা অনুষ্ঠিত হয়। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত গহিয়াত এইবেলি ৬৭ সংখ্যক বলি - বিধান অবিহনে অঞ্চলবাসী ধৰ্মপ্ৰাণ ৰাইজে ব্যতিক্ৰমী শ্যামা কালী পূজা - অৰ্চনা কৰি আহিছে ৷ এটা মাটিৰ ঘটক শ্যামা কালী দেৱীৰ প্ৰতীকি হিচাপে লৈ স্হানীয় ধৰ্মপ্ৰাণ ৰাইজে শক্তিৰ উপসনা মা শ্যামা কালী পূজা আৰধনা কৰি বিৰল আদৰ্শ দেখুৱাই আহিছে ৷