Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

সৰ্থেবাৰী: এনজিঅ'ত শিক্ষকতাৰ চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰা প্ৰৱঞ্চক সৰ্থেবাৰীত আটক কৰি আদালতত হাজিৰ কৰায় আৰক্ষীয়ে

Sarthebari, Barpeta | Oct 18, 2025
বাল বিকাশ সমিতি নামৰ এটি এনজিঅ'ত শিক্ষকতাৰ চাকৰি দিয়াৰ নামত এটা চক্ৰয়ে দৰিদ্ৰ যুৱতী-মহিলাৰ পৰা ১০ হাজাৰ টকাৰ পৰা ৩০ হাজাৰ টকালৈকে সংগ্ৰহ কৰিছে ধন । এনজিঅ'টোৰ নামত ভুৱা নিযুক্তি পত্ৰও প্ৰদান কৰিছিল দুষ্ট চক্ৰটোৱে। সৰ্থেবাৰী আৰক্ষীয়ে অভিযান চলাই তিনিজন প্ৰৱঞ্চকক আটক কৰে ৷ প্ৰৱঞ্চক তিনিটা ক্ৰমে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ জিতেন্দ্ৰ সিং, বৰপেটাৰ বেচিমাৰী পাম গাঁৱৰ বাহাৰুল ইছলাম আৰু ছাটাগাঁৱৰ বুবুল হাচান ৷ তিনিওজনক শনিবাৰে আদালতত হাজিৰ কৰায় আৰক্ষীয়ে।