Public App Logo
Profile Picture

Majuli News

@majulinews
16166Followers
2Following
জিলাত কংগ্ৰেছ শূণ্য হʼব, চামগুৰিত বিধায়ক ভূৱন গামৰ মন্তব্য
মাজুলী: উত্তৰ কমলাবাৰী সত্ৰত জ্যেষ্ঠ নাগৰিকৰ লগত মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
মাজুলী: "বিজেপি চৰকাৰৰ দিনত যথেষ্ট উন্নয়ন হৈছে, ৰাইজে বিজেপিক ভোট প্ৰদান কৰিব", ফুলনিত মত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
মাজুলী: অফলামুখত গঁড়ৰ মুক্ত বিচৰণ, বন বিভাগৰ লোক উপস্থিত
মাজুলী: বনাগাঁও হৰি মন্দিৰত নৃসিংহ মুৰাৰি ভাওনা প্ৰদৰ্শন
মাজুলী: যোৰহাট সমষ্টিত মই দুই লাখ ভোটত জিকিম, নয়াবজাৰত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মন্তব্য
মাজুলী: এয়া সংগঠনৰ ভিতৰুৱা বিষয়, সাংসদ গৌৰৱ গগৈক আহোমৰ দহ সংগঠনে বৰ্জন কৰা প্ৰসংগত জেংৰাইমুখত সাংসদ তপন কুমাৰ গগৈৰ মন্তব্য
মাজুলী: দক্ষিণপাটত কংগ্ৰেছ আৰু আপ কৰ্মীৰ বিজেপিত যোগদান, বিধায়ক ভূৱন গাম উপস্থিত থাকে এই কাৰ্যসূচীত
মাজুলী: ৰাৱনাপাৰ পঞ্চায়তৰ অন্তৰ্গত বিজেপিৰ নিৰ্বাচন কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত
মাজুলী: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত গড়মূৰত কংগ্ৰেছত যোগদান অৰ্ধ শতাধিক বিজেপি আৰু গণ শক্তি দলৰ কৰ্মীৰ
মাজুলী: আহতগুৰি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
মাজুলী: বিপদ সংকুলভাৱে টুলুঙা নাৱেৰে ব্ৰহ্মপুত্ৰৰ সুঁতিত যাতায়ত ভকত চাপৰিৰ ১৬ খন গাঁৱৰ ৰাইজৰ
মাজুলী: "ভকত চাপৰিবাসী ৰাইজে ভোট প্ৰদান কৰক, খহনীয়া ৰোধৰ কাম আমি নিৰ্বাচনৰ পাছত আৰম্ভ কৰিম", মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য
মাজুলী: গড়মূৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ত ভোটাৰ সজাগতা সভা অনুষ্ঠিত, জিলা আয়ুক্তৰ অংশগ্ৰহণ
মাজুলী: সাংসদ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে কমলাবাৰীৰ পৰা বনগাঁৱলৈ বিজেপিৰ জিলা যুৱ মৰ্চাৰ বাইক ৰেলি বাহিৰ
মাজুলী: তিনি মাহ বিৰতিৰ পাছত কমলাবাৰী নিমাটি ঘাটৰ মাজত চৰকাৰী জাহাজৰ চলাচল আৰম্ভ
মাজুলী: পদুমণিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া, লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ গাঁওবাসীৰ
মাজুলী: নয়াবজাৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পদযাত্ৰা, উপস্থিত থাকে বিধায়ক ভূৱন গাম
মাজুলী: গৌৰৱ গগৈ প্ৰাক্তন সাংসদ হʼব, লুইত খাবলুত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য
মাজুলী: ভূপেন বৰাই ঘোঁৰাৰ দৰে থিয় হৈ সপোন দেখা ব্যক্তি, নিকিনি খোৱাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য
মাজুলী: ৬ ঘণ্টা পাছত চাৰিঘৰীয়াৰ পৰা বন বিভাগে খেদিবলৈ সক্ষম হয় চাৰিঘৰীয়া বিলত আৱদ্ধ গঁড়টো
মাজুলী: ভোট সজাগতাৰ বাবে মিছামৰাৰ পৰা জেংৰাইমুখলৈ টি এম পি কেৰ বাইক ৰেলী, টিএমপিকেৰ কেন্দ্ৰীয় সভাপতিৰ অংশগ্ৰহণ
মাজুলী: চাৰিঘৰীয়া বিলত ৰাইজে প্রত্যক্ষ কৰে এটা গঁড়, গঁড়টো খেদিবৰ বাবে বন বিভাগে চেষ্টা কৰি থকা বুলি বন বিভাগৰ ৰেঞ্জাৰৰ মন্তব্য
মাজুলী: ফুলনিত ফুলনী গাঁও পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
মাজুলী: শ্ৰী ৰাম পঞ্চায়তৰ বিভিন্ন বুথত জিলা অবিচি মৰ্চাৰ নিৰ্বাচন কেন্দ্ৰিক সভা অনুষ্ঠিত হয়