দক্ষিণপাট কৈৱৰ্ত গাঁৱত ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলাৰ ১০৯ নং বুথ কেন্দ্ৰত অনুষ্ঠিত হোৱা এক বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক ভুৱন গামে। দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ বহু আপ আৰু কংগ্ৰেছৰ অৰ্ধ শতাধিক কৰ্মীয়ে বিজেপি ত যোগদান কৰে।এই যোগদান কাৰ্যসূচীত আমাৰ সৈতে অসম গণ পৰিষদৰ ৰাজ্যিক উপ সভাপতি শ্ৰী ব্ৰজেন গাম ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলাৰ জিলা কাৰ্য নিৰ্বাহক সদস্য শ্ৰী দেৱ মুদৈ অংশগ্ৰহণ কৰে।