মাজুলী: তিনি মাহ বিৰতিৰ পাছত কমলাবাৰী নিমাটি ঘাটৰ মাজত চৰকাৰী জাহাজৰ চলাচল আৰম্ভ
Majuli, Majuli | Apr 9, 2024 তিনি মাহৰ পাছত মাজুলী কমলাবাৰী নিমাটি ঘাটৰ মাজত চলিল জাহাজ।ব্ৰহ্মপুত্ৰ ত জলস্তৰ হ্ৰাস পোৱাত তিনি মাহ বন্ধ হৈ আছিল জাহাজ চলাচল।জলস্তৰ বৃদ্ধি পোৱাত পুনৰ চলাচল আৰম্ভ হৈছে ফেৰীৰ।নিৰ্ধাৰিত সময় সূচি মতে চলাচল কৰিব ফেৰী সমূহ। আভ্যন্তৰীণ জল পৰিবহন কৰ্মচাৰীয়ে জানিবলৈ দিয়ে এই তথ্য।