মাজুলী: ভোট সজাগতাৰ বাবে মিছামৰাৰ পৰা জেংৰাইমুখলৈ টি এম পি কেৰ বাইক ৰেলী, টিএমপিকেৰ কেন্দ্ৰীয় সভাপতিৰ অংশগ্ৰহণ
Majuli, Majuli | Apr 7, 2024 টি এম পি কে মাজুলী জিলা সমিতিয়ে ভোট সজাগতাৰ বাবে বাইক ৰেলি । নামনি মাজুলীৰ মিছামৰা ৰ পৰা জেংৰাইমুখ লৈ ৩০০০ খন বাইক ৰেলী । মিছামৰাত টি এম পি কে ৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত হৈ ৰেলি শুভাৰম্ভ কৰে।নামনিৰ পৰা উজনীলৈ চলোৱা এই বাইক ৰেলিত প্ৰায় 6000 লোকে অংশগ্ৰহণ কৰিছে ।TMPK কেন্দ্ৰীয় সভাপতি তিলক দলে মন্তব্য যোৰহাট সমষ্টিৰ জনজাতীয় লোক সকলে উন্নয়নৰ পক্ষত ভোটাধিকাৰ প্ৰদান কৰিব বুলি প্ৰতিক্ৰিয়া।