বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ আহত গুৰিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। আহতগুৰি অঞ্চলত বাইক ৰেলিত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে। মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু অংশগ্ৰহণ কৰাৰ লগতে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিনমনি দত্ত অংশগ্ৰহণ কৰে এই কাৰ্যসূচী ত।