অসমৰ ৰাজনীতিত জৌ'কৰ ৰাজনীতিবিদ জন হ'ল ভূপেন বৰা। মাজুলীত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। লগতে ঘোঁৰাৰ দৰে ঠিয় হৈ সপোন দেখা মানুহ আৰু তেওঁ দেখা সপোন কেতিয়াও বাস্তৱ নহয় বুলি কটাক্ষ কৰে মন্ত্ৰীজনে। আনহাতে ভূপেন বৰাৰ চাল-চলন চাই অচিৰেই বিজেপিলৈ আহিব বুলিও মাজুলীৰ নিকিনি খোৱা অঞ্চলত মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।