ৰাহুল গান্ধীয়ে যোৰহাট সমষ্টিত নিৰ্বাচন প্ৰচাৰ চলাব নহাক লৈ তপন কুমাৰ গগৈয়ে কয় আমি কৈ থকা কথাবোৰ সত্য প্ৰমাণ হব জুনৰ চাৰি তাৰিখে ইয়াৰ উত্তৰ ৰাইজে গম পাব। অন্যহাতে যোৰহাট সমষ্টি ত দুই লাখ ভোটত জয়ী হম বুলি মন্তব্য প্ৰদান কৰে। আজি মাজুলী জিলাত প্ৰায় ১৫ খন অধিক মাজুলী বিভিন্ন প্ৰান্তৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ ৰাইজক সম্বোধন কৰে তপন কুমাৰ গগৈয়ে।