মাজুলী: "ভকত চাপৰিবাসী ৰাইজে ভোট প্ৰদান কৰক, খহনীয়া ৰোধৰ কাম আমি নিৰ্বাচনৰ পাছত আৰম্ভ কৰিম", মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য
উন্নয়ন পক্ষত ভকত চাপৰি পদুমনি বাসী ৰাইজে ভোট প্ৰদান কৰক। পদুমণিত চলি আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া। খহনীয়া ৰোধ নকৰিলে খহনীয়া গ্ৰস্থ পৰিয়াল সমূহ তথা গাঁৱবাসীয়ে ভোট বৰ্জন হুংকাৰ প্ৰদান কৰিছিল। মন্ত্ৰী পীয়ুষ হাজৰিকাই সাংবাদিক প্ৰশ্নৰ উত্তৰত কয় ৰাইজে উন্নয়ন ৰ পক্ষত বিজপিক ভোট দিয়ক নিৰ্বাচন পাছত আমি খহনীয়া ৰোধৰ কাম আৰম্ভ কৰিম।