মাজুলী: সাংসদ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে কমলাবাৰীৰ পৰা বনগাঁৱলৈ বিজেপিৰ জিলা যুৱ মৰ্চাৰ বাইক ৰেলি বাহিৰ
Majuli, Majuli | Apr 9, 2024 কমলাবাৰী পৰা বনগাঁৱলৈ জিলা যুৱ মৰ্চাৰ উদ্ধোগত উলিওৱা হয় বাইক ৰেলি। তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে এই বাইক ৰেলি উলিওৱা হয়। জিলা যুৱ মর্চা সভাপতি বেদ প্ৰতিম বৰাৰ নেতৃত্বত এই বাইক ৰেলিত প্রায় শতাধিক যুৱ মৰ্চাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।