ভকত চাপৰি এক নং পদুমণিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া। চপৰা চপৰে খহিছে মাজুলীৰ বুকু। খহনীয়া প্ৰতিৰোধৰ আচনিক লৈ অব্যাহত ৰাজনীতি।খহনীয়া ৰোধ নকৰিলে লোকসভা নিৰ্বাচনত ভোট বৰ্জন হুংকাৰ পদুমনীবাসী ৰাইজৰ। মুখ্যমন্ত্ৰীয়ে নাচি বাগি উজনি অসমত ভোট ভিক্ষা কৰিছে আমি উজাগৰী নিশা কটাইছোঁ।ভোট দিবলৈ আমিঘৰ এৰো কেনেকৈ ব্ৰহ্মপুত্ৰত ভেটি জাহ যাব।বিধায়ক গৰাকীয়ে নাতি দূৰতে ভোট ভিক্ষা কৰি গল আমাৰ অৱস্থা বুজ লবলৈ এবাৰো নাহিল ভুৱন গাম। ক্ষোভ ৰাইজৰ ।